৬১. ৬২. ৬৩ ৬৪ ৬৫ ৬৬ ৬৭ ৬৮ ৬৯ ৭০ ৭১ ৭২ ৭৩ ৭৪ ৭৫ ৭৬ ৭৭ ৭৮ ৭৯ ৮০ ৮১ ৮২ ৮৩ ৮৪ ৮৫ ৮৬ ৮৭ ৮৮ ৮৯ ৯০ ৯১ ৯২ ৯৩ ৯৪ ৯৫ ৯৬ ৯৭ ৯৮ ৯৯ ১০০
অসম দিৱসৰ কথাৰে:- অসমত আহোম ৰাজত্বৰ প্ৰতিষ্ঠাতা চুকাফাৰ সোঁৱৰণত প্ৰতি বছৰে ২ ডিচেম্বৰ দিনটো অসম দিৱস উৎযাপন কৰা হয়৷ কিয়নো ১২২৮ চনৰ ১৬ আঘোণত অথাৎ ২ ডিচেম্বৰত তেওঁ টিপামত উপস্থিত হৈ এখন স্বাধীন ৰাজ্য প্ৰতিষ্ঠাৰ সপোন সাকাৰ কৰিব পাৰিছিল৷ ১১৯০:- মংমাও সামাজ্যৰ ৰজা পামেঙমুঙৰ ভগ্নী তথা মুংখুমুংজাও ৰাজ্যৰ ৰজা চাওচাংন্যেত্তৰ পুত্ৰ ৰূপে তুলি তালি ডাঙৰ দীঘল কৰে৷ সেই বছৰতে তেওঁৰ জন্ম৷ ১২১৫:- পামেওপুঙৰ মৃত্যৰ পিছত তেখেতৰ পুত্ৰ চুখানফা মংমাওৰ সিংহাসখনত বহে৷ বুঢ়ীমাকৰ নিদের্শক্ৰমে একে বছৰে চুকাফাই মুংমাওৰ ৰাজধানী মাওলুং ত্যাগ কৰি নতুন ৰাজ্য প্ৰতিষ্ঠাৰ…
Social Plugin