ছমহীয়া পৰীক্ষা৷ দশম শ্ৰেণী৷ কামৰূপ মেট্ৰ জিলা/ ২০২২ ক শাখা ১. শুদ্ধ উত্তৰটো বাছি উলিওৱা ১. বংগ বিভাজনৰ সময়ত ভাৰতৰ ভাইচৰয় আছিল ? ক) লর্ড মাউণ্টবেটেন খ) লর্ড কার্জন গ) লর্ড আৰউইন ঘ) লর্ড কেনিং ২. কিমান চনত বংগ বিভাজন কার্য্যকৰী হৈছিল ? ক) ১৯০৩ চনৰ ২৫ মার্চ খ) ১৯০৩ চনৰ ১ জুন গ) ১৯০৫ চনৰ ২ ফেব্ৰুৱাৰী ঘ) ১৯০৫ চনৰ ১৬ অক্টোবৰ৷ ৩. পূর্ববংগ আৰু অসমৰ ৰাজধানী কি আছিল ? ঢাকাৰ পুৰণি ৰাজপথ ক) ঢাকা খ) কলকাতা গ) শ্বিলং ঘ) চট্ৰগাম ৪. কিমান চনত জালিৱানাৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হৈছিল ? ক) ১০ এপ্ৰিল ১৯১৭ খ) ১৩ এপ্ৰিল ১৯১৯ গ) ১৩…
অসমৰ ভুগোল (প্ৰথম খণ্ড) জনসংখ্যা আৰু বসতি অসম উত্তৰ পূব ভাৰতৰ অন্যতম ৰাজ্য৷ চাৰিসীমা:- উত্তৰে:- অৰুণাচল আৰু ভূটান/ দক্ষিণে:- মিজোৰাম আৰু মেঘালয়/ পুবে:- অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মণিপুৰ/ পশ্চিমে:- পশ্চিমবংগ, ত্ৰিপুৰা আৰু বাংলাদেশ৷ · ভাৰতবর্ষৰ লগত অসমে পশ্চিম দিশত প্ৰায় ৫০ কিঃমিঃ প্ৰস্থৰ ঠেক ভুখণ্ডৰে পশ্চিমবংগৰ সৈতে সংলগ্ন কৰিছে৷ সেইবাবে অসমক উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ বুলি কোৱা হয়৷ · অৱস্থিতি:- ২৪ ° ০৯ উত্তৰ অক্ষাংশৰপৰা ২৭ ° ৫৮ উত্তৰ অক্ষাংশলৈ আৰু ৮৯ ° ৪২ পূব দ্ৰাঘিমাংশৰ পৰা ৯৬ ° ০১ পূব দ্ৰাঘিমাংশল…
Social Plugin