ফটো কুইজ ১
১.
![]() |
কন্যাটিৰ সৈতে মাকৰ নাম কি ? |
২.
![]() |
তেখেতৰ নামত ১৯৮৭ চনৰ পৰা এখন তর্ক প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে৷ ১৯৮০-৮১ চনৰ পৰা সদৌ অসম ভিত্তিত অনুষ্ঠিত হৈ আহিছে৷ কোন তেখেত ? |
৩.
![]() |
তেখেতৰ দেউতাকে গুৱাহাটীত 'কালিচৰণ বুক চের্লাচ' নাম দি এখন কিতাপৰ দোকান খুলিছিল৷ যিখন এইজনাই সকলো সামগ্ৰী পোৱা মণিহাৰী দোকানলৈ ৰূপান্তৰ কৰিছিল৷ নাম কি ? |
৪.
৫.
![]() |
ব্যক্তিজনে অসম সাহিত্য সভাৰ কার্য্যালয়ত বহি শৰৎচন্দ্ৰ গোস্বামীৰ কথা মতে চন্দ্ৰকান্ত অভিধান লেখাৰ কাম আৰম্ভ কৰিছিল৷ কিন্তু তেখেতক পিছলৈ অন্যায় কৰি কামৰ পৰা অব্যাহতি দিছিল৷ কোন ? |
0 মন্তব্যসমূহ