৩০১. অসমত ব্ৰিটিছ শাসনৰ বিৰুদ্ধাচৰণ কৰা প্ৰথম আহোম ৰাজকুমাৰ জন আছিল- ক) মণিৰাম দেৱান খ) পিয়লি ফুকন গ) গমধৰ কোঁৱৰ * ঘ) পুৰন্দৰ সিংহ (* অসমত ইংৰাজ শাসন প্ৰৱর্তিত হোৱাৰ পিছৰে পৰা ১৯২৮-৩০ চনত তেওঁ প্ৰথমে বিদ্ৰোহ কৰিছিল৷ ) ৩০২. ব্ৰিটিছৰ কৰতলীয়া আহোম ৰজা আছিল- ক) পুৰন্দৰ সিংহ খ) গোমধৰ কোঁৱৰ গ) কন্দপের্শ্বৰ সিংহ ঘ) গদাধৰ সিংহ ৩০৩. ১৮৬১ চনত জয়ন্তীয়া বিদ্ৰোহৰ নেতৃত্ব দিছিল- ক) টিকেন্দ্ৰজিতে খ) সম্বোধন কছাৰীয়ে গ) ৰাজেন্দ্ৰ সিঙে ঘ) ওকিয়াং নবাহে ৩০৪. অসমৰ অভিজাত শ্ৰেণীটোক ব্ৰিটিছ শাসন ওফৰাই পুৰণি ৰাজতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ বাবে এক সোণালী…
২৫১. ভাৰতীয় জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ অভিহিত কৰা হয়- ক) দিল্লীক খ) বাংলাদেশক গ) বংগদেশক ঘ) ঢাকাক ২৫২. ‘যুগান্তৰ’ নামৰ সংবাদপত্ৰখনৰ সম্পাদনা কৰিছিল- ক) অমৃতলাল খ) ভূপেন্দ্ৰনাথ দত্ত গ) অৰবিন্দ ঘোষ ঘ) মহিৰাম বসু (* সাপ্তাহিক কাকতখন তেওঁ ১৯০৬ চনত প্ৰকাশ কৰিছিল৷ তেওঁৰ মাতৃ ভুবনেশ্বৰী দেৱী আকৌ স্বামী বিবেকানন্দৰো মাতৃ৷ কাকতখন সম্পাদনাৰ বাবে পুলিচে দত্তক কঠোৰ শাস্তি বিহিছিল৷ ) ২৫৩. ‘বংগদেশত জাতীয় শিক্ষা পৰিষদ গঠন হৈছিল- ক) ১৯০২ চনৰ ৫ আগষ্ট খ) ১৯০৩ চনৰ ২৬ আগষ্ট গ) ১৯০৪ চনৰ ১৫ আগষ্ট ঘ) ১৯০২ চনৰ ৫ মার্চ ২৫৪. অসম নামৰ প্ৰদেশখন গঠন হৈছিল - …
Social Plugin