মালিক চাহাবৰ গাজা আৰু মজা সম্পাদনা হোমেন বৰগোহাঞি, সংকলন- চৈয়দ জৱাহৰ হুছেইন আৰু চৈয়দা মঞ্জুমা ৰাহাট/ষ্টুডেণ্টচ ষ্ট’ৰছ/ প্ৰথম প্ৰকাশ-২০০৩/মূল্য-৩৫/ মুঠ পৃষ্ঠা- ৯৬ চৈয়দ আব্দুল মালিকে বিভিন্ন সময়ত কোৱা গজা আৰু তেখেতৰ কিছুমান অর্থজ্ঞাপক কথাৰে সজোৱা কিতাপখনে যিকোনো ব্যক্তিকে হাঁহিৰ খোৰাক যোগাব৷ কিতাপখনৰ পৰা তিনিটা অংশ তুলি দিয়া হ’ল- ১. ‘অসমীয়া শব্দকোষত বিভিন্ন ভাষাৰ বহু শব্দ আছে৷ বিভিন্ন সময়ত বিভিন্ন শব্দ সোমাই অসমীয়াত জাহ গৈছে৷ নির্ভূল অর্থজ্ঞাপক অসমীয়া শব্দ থাকোঁতে তাক ব্যৱহাৰ নকৰি অন্য ভাষাৰ শব্দ ব্যৱহাৰ কৰাটো অবাঞ্ছনীয় কথা৷ কিন্তু কিন…
Social Plugin