মানৱ ভূগোল (দ্বিতীয় অধ্যায়) পৃথিৱীৰ মানুহ:- ভূগোলৰ যি বিভাগে প্ৰাকৃতিক পৰিৱেশৰ লগত থকা মানুহৰ সর্ম্পক আৰু ইয়াৰ ফলত মানুহে সৃষ্টি কৰা পৰিবেশৰ বিষয়ে স্থান-কাল সাপেক্ষে অধ্যয়ন কৰে সেয়ে মানৱ ভূগোল৷ ইয়াৰ বহু শাখা-প্ৰশাখা আছে, ক্ৰমে- বসতি ভূগোল, সমাজ ভূগোল, অর্থনৈতিক ভূগোল, সাংস্কৃতিক ভূগোল, ৰাজনৈতিক ভূগোল, নগৰীয়া ভূগোল, জনসংখ্যা ভূগোল, স্বাস্থ্য ভূগোল, ঐতিহাসিক ভূগোল, আঞ্চলিক উন্নয়ন আৰু পৰিকল্পনা ভূগোল আদি৷ ২.১ প্ৰধান মানৱগোষ্ঠী ২.১.১ মানৱগোষ্ঠীৰ সংজ্ঞা :- প্ৰায় একে দৈহিক গঠন আৰু ছালৰ ৰং বিশিষ্ট এক থূপ মানুহে যেতিয়া সাধাৰণ জন্ম প্ৰক্ৰিয়াৰ…
Social Plugin