স্বাধীনতা সংগ্ৰামৰ অক্লান্ত যোদ্ধা , অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট আইনজ্ঞ দেশভক্ত তৰুণৰাম ফুকনদেৱে (২২ জানুৱাৰী ১৮৭৭- ২৮ জুলাই , ১৯৩৯) নিজৰ দক্ষতা , বাগ্মিতা আৰু সমাজ সচেতনতাৰে জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে ৷ ২০২১ৰ ৭ জুলাইত অনুষ্ঠিত অসম মন্ত্রীসভাৰ কেবিনেট বৈঠকৰ সিদ্ধান্তমৰ্মে প্ৰতিবছৰে ২৮ জুলাইত উদযাপন কৰা হয় দেশভক্তি দিৱস ৷ এইবাৰ অসম চৰকাৰে ৰাজ্যিক পর্যায়ত দেশভক্তৰ সোঁৱৰণত ৰচনা প্ৰতিযোগিতা আয়োজন কৰিছে৷ তলত সুদক্ষ চিকাৰী আৰু হাতীৰ ব্যৱসায়ী বলৰাম ফুকন আৰু ভাগীৰথী দেৱীৰ সন্তান কবি , সুবক্তা , আইনজীৱি তৰুণৰাম…
Social Plugin