কোম্পানীৰ শাসনত ভাৰত: ৱাৰেন হেষ্টিংছ
(১৭৭২-১৭৮৫)
টাইমলাইন
১৬০০:- ৩১ ডিচেম্বৰ,
ৰাণী এলিজাবেথ প্ৰথমৰ পৰা ৰয়েল চার্টাৰ
অনুমোদন কৰি ইষ্ট ইণ্ডিয়া কোম্পানী গঠন৷
১৬০৮:- মোগল সম্ৰাট জাহাংগীৰৰ
পৰা চুৰাটত ব্যৱসায় কৰিবৰ বাবে অনুমতি বিচাৰি কেপ্তেইন হকিংছৰ ভাৰত ভ্ৰমণ৷
১৬১৩:- জাহাংগীৰে চুৰাটত ব্যৱসায় কৰিবৰ বাবে কোম্পানীক অনুমোদন প্ৰদান৷ ছাৰ থমাছ ৰ’ও ৰ ভূমিকাত কোম্পানীয়ে আগ্ৰা, আহমেদাবাদ আৰু বৰছত ব্যৱসায় আৰম্ভ কৰে৷
১৬৩৯:- ফ্ৰাঞ্চিচ ডে
মাদ্ৰাজ নগৰ প্ৰতিষ্ঠা কৰি চেণ্ট র্জজ দুর্গ স্থাপন৷
১৬৬৮:- ৰজা চার্লচ দ্বিতীয়ৰ
পৰা কোম্পানীয়ে বম্বে লীজত চলাবলৈ বন্দোবস্ত কৰে৷
১৬৯০:- কোম্পানীৰ এজেণ্ট জব চর্ণকে চুতানূতি, গোবিন্দপুৰ আৰু কালিকাটা ক্ৰয় কৰি কলিকতা নগৰ প্ৰতিষ্ঠা৷ ৰজা ফর্ট উইলিয়াম তৃতীয়ৰ নামেৰে র্ফট উইলিয়াম দুর্গ প্ৰতিষ্ঠা কৰে৷
১৭৫৭:- পলাশী যুদ্ধ৷
ভাৰতৰ ৰাজনৈতিক শক্তি কোম্পানীৰ অধীনলৈ গমন৷
১৭৬৪:- বক্সাৰ যুদ্ধ৷
১৭৬৭-৬৯:- প্ৰথম এংলো-মহীশূৰ
যুদ্ধ৷ হাইদৰ আলি আৰু ব্ৰিটিছ৷
১৭৭০:- বংগদেশত দুর্ভিশ৷
খাদ্যৰ বাবে হাহাকাৰ৷
১৭৭২:- ৱাৰেন হেষ্টিংছক ফর্ট উইলিয়াম দুর্গত গৱর্ণৰ পদত অধিস্থিত
কৰে৷ কলিকতাতক ভাৰতৰ ৰাজধানী গৃহীত৷ কলিকতাত
সদৰ দীৱানি আদালত স্থাপন৷
১৭৭৩:- ভাৰত শাসন আইন৷
১৭৭৪:- ৰহিলা যুদ্ধ৷
ৱাৰেণ হেষ্টিংছে হাফিজ ৰহমত খাৰৰ লগত যুদ্ধ আৰম্ভ কৰিছিল৷
১৭৭৫:- পেচোৱা পদবীৰ
বাবে মাধৱ ৰাও আাৰু খুৰাক ৰঘূনাথ ৰাওৰ মাজত
দ্বন্দ্ব৷ চুৰাট সন্ধি৷ হেষ্টিংছৰ মতে চুৰাট সন্ধি এখন-scrap
of paper৷
১৭৮০-৮৪:- দ্বিতীয় এংলো-মহীশূৰ
যুদ্ধ৷
১৭৮২:- হেষ্টিংছ আৰু মহাদাজি
স্ক্ৰিণ্ডাৰ সপিতে শালবাই চুক্তি৷
হায়দৰ
আলিৰ কেঞ্চাৰত মৃত্য৷ পুত্ৰ টিপু চুলতানৰ ৰাজত্ব৷
১৭৮৩:- দ্বিতীয় মহীশূৰ
যুদ্ধ মা%াগালোৰ সন্ধিৰ যোগেদি সমাপ্ত৷
১৭৮৪:- পিট (Pitt
the Younger) ৰ ভাৰত শাসন আইন৷ কোম্পানীৰ ওপৰত ইংৰাজ চৰকাৰৰ চকু পৰে৷ Board of
Control গঠন৷
১৭৮৫:- পিটৰ ভাৰত শাসন
আইনৰ বাবে ৱাৰেন হেষ্টিঙে পদত্যাগ কৰি ভাৰত ত্যাগ৷
১৮৮৭:- ভাৰতত কৰা দুনীর্তিৰ
বাবে ৱাৰেনৰ ওপৰত সংসদত বিচাৰ৷ বিচাৰক এডমুর্ড ৱার্ক৷ নন্দ কুমাৰৰ ফাঁচি, বেনাৰসৰ ৰাজু
চইট সিঙৰ আৰু অৱধৰ বেগমৰ পৰা লোৱা উপঢৌকন গোচৰত দোষী সাব্যস্ত৷
১৮১৮:- ৱাৰেন হেষ্টিঙৰ
মৃত্যু৷
১৮৫৮:- কোম্পানীৰ শাসনৰ
পৰির্বতে ব্ৰিটিছ চৰকাৰৰ হাতলৈ ভাৰতবর্ষ৷
0 মন্তব্যসমূহ